dcsimg

আখৈ ফুল ( Assamese )

provided by wikipedia emerging languages

আখৈ ফুল (বৈজ্ঞানিক নাম: Jasminum elongatum) হৈছে এবিধ লতা জাতিৰ উদ্ভিদ। ডাঠ হাবিত সাধাৰণতে পোৱা যায়। থোপা থোপাকৈ লাগে। ফুলবোৰৰ গোন্ধ তীব্ৰ আৰু বহু দুৰলৈ বিয়পি পৰে। বহাগৰ সময়ত ফুলে।

সাধাৰণ নাম

  • অসমীয়া: আখৈ ফুল, সৰস্বতী ফুল
  • ইংৰাজী: ৰেড কুন্দ (Red Kund), আৰ-লিফ জেছ্‌মিন (Ear-leaf Jasmine)
  • মণিপুৰী: কুন্দো আৰাংবা (ꯟꯗꯣ ꯑꯔꯥꯡꯕꯥ)

তথ্য সংগ্ৰহ

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

আখৈ ফুল: Brief Summary ( Assamese )